চুচুক চামাক (Assamese) [ Roman: su.suk sa.mak]
    Contributed by: Anjal Borah (অঞ্জল বৰা) on 2008-11-03
    Ref: হেমকোষ - ১২শ সংস্কৰণ (২০০৬ চন)
    1. (Verbal Noun) hesitation about going to a certain place or before a certain person. কোনো ঠাইলৈ বা কোনো মানুহৰ আগলৈ যাবলৈ লাজ বা ভয় কৰি আগ-পাচ হোৱা বা মুখ লৰোৱা কাৰ্য ৷